🔴আজিৰ পৰা গুৱাহাটীৰ GMCHতে লাভ কৰিব IVFৰ সুবিধা। 

🔴অসমৰ চৰকাৰী চিকিৎসালয়সমূহে মানসম্পন্ন আইভিএফৰ সুবিধা লাভৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ। 

🔴আইভিএফৰ জৰিয়তে প্ৰথম গৰ্ভধাৰণ সফলতাৰে সম্পন্নৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে।