ব্ৰহ্মপুত্ৰ উপত্যকা বাগিচা সমূহত শ্ৰমিক ৰাইজৰ সমস্যা সমূহ সমাধান নকৰাৰ প্ৰতিবাদত আজি মৰাণতো অসম চাহ মজদুৰ সংঘই প্ৰতিবাদ সাব্যস্ত কৰে । পুৱাই শ্ৰমিক সকলে কাম এৰি মৰাণৰ হিংৰিজান চাহ বাগিচা আৰু খোৱাং চাহ বাগিচাৰ বাগিচা পৰিচালকৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি, বাগিচাৰ চিকিৎসা ব্যৱস্থা উন্নত কৰা, উপ কৰ্মচাৰীৰ প্ৰাপ্য বকেয়া ধন আদায় দিয়া, জনজাতিকৰণ কৰা আদি শ্ল'গান লিখা প্লে কাৰ্ড লৈ পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদৰ অন্তত চাহ মজদুৰ সংঘৰ তৰফৰ পৰা ১৬ দফিয়া দাবীৰে বাগিচা পৰিচালকৰ জৰিয়তে এক স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে লগতে বাগিচা পৰিচালকো পৃথকে শ্ৰমিকৰ সমস্যা সমাধান বিচাৰি এক স্মাৰক পত্ৰ দাখিল কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી ખાતે ઈદેને લયને જુલુસ નીકળ્યું
અમરેલી ખાતે ઈદેને લયને જુલુસ નીકળ્યું
नाचनवेल येथे भरत सिंह राजपूत यांची आढावा बैठक
नाचनवेल येथे भरत सिंह राजपूत यांची आढावा बैठक
ડીસા માં બહુચર ગ્રૂપ દ્વારા મહા રક્તદાન કેમ્પ યોજાયો
ડીસા માં બહુચર ગ્રૂપ દ્વારા મહા રક્તદાન કેમ્પ યોજાયો
હાઈવેનું સમારકામ શરૂ થતા હવે ટ્રાન્સપોર્ટરો વિરોધ નહીં કરે
રાજકોટ-અમદાવાદ, ભાવનગર, ગોંડલ હાઈવે તૂટેલી હાલતમાં અને ઠેર-ઠેર ખાડા હોય વાહનચાલકોને પારાવાર...
সামাজিক মাধ্যমত চৰ্চিত এটি ৪৪ ছেকেণ্ডৰ ভিডিঅ ই মন সেমেকাই তুলিব। জীৱ শ্ৰেষ্ঠ মানৱ বুলিব পাৰিনে নিজক
সামাজিক মাধ্যমত চৰ্চিত এটি ৪৪ ছেকেণ্ডৰ ভিডিঅ ই মন সেমেকাই তুলিব। জীৱ শ্ৰেষ্ঠ মানৱ বুলিব পাৰিনে নিজক