লাহৰীঘাটত হাত দাঙিলে দুই ঘোচখোৰ আৰক্ষীয়ে

CMVৰ অভিযানত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক সহ কনিষ্টবল

উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ ২ আৰক্ষীক

গ্ৰেপ্তাৰ SI মুকুন্দ উপাধ্যায়, কনিষ্টবল মিজানুৰ ৰহমান