ইলন মাস্কক ডেটিং কৰাটো আছিল এতিয়ালৈকে হোৱা শ্ৰেষ্ঠ ইন্টাৰশ্বিপ: গ্ৰাইমছ

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ প্ৰাক্তন প্ৰেমিকা তথা তেওঁৰ দুটা সন্তানৰ মাতৃ গায়ক গ্ৰাইমছে ৱায়াৰ্ড আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাস্কক ডেটিং কৰাটো “এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ ইন্টাৰশ্বিপ” বুলি অভিহিত কৰে। 'মই তেওঁৰ পৰা শিকিলোঁ... মানুহে ইলনৰ কথা ক'বলৈ ভাল নাপায়, কিন্তু স্পেচএক্সৰ সেই সকলোবোৰ কাম ঘটাটো চাই ঠিক তাতেই থকাটো অবিশ্বাস্য আছিল,' তাই কয়