বিলাসীপাৰাত কংগ্ৰেছৰ স্বাধীনতা গৌৰৱময় যাত্ৰাৰ শুভাৰম্ভনি। ভাৰ্ৰতীয় জাতীয় কংগ্ৰেছে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষ্যে ৯ আগষ্টৰ পৰা ১৫ আগষ্ট লৈ স্বাধীনতা গৌৰৱময় যাত্ৰা কাৰ্যসূচী পালন কৰিৱ। আজি বিলাসীপাৰাৰ সোনামুখী বজাৰৰ বাঙ্গালীপাৰা লৈ ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত উলিওৱা হয় স্বাধীনতা গৌৰৱময় যাত্ৰা। স্বাধীনতাৰ উক্ত গৌৰৱময় যাত্ৰাত অংশ গ্ৰহণ কৰে জেষ্ঠ কংগ্ৰেছী নেতা তথা বিধায়ক ওৱাজেদ আলী চৌধুৰী, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অমৃত বাদশাহ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ আৰু NSUI ৰ কৰ্মকৰ্তা সকল। কংগ্ৰেছৰ ৮ গৰাকী বিধায়ক বিজেপি লৈ যোৱাৰ সম্ভাৱনা প্ৰসঙ্গত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক অমৃত বাদশাহই কয় যে, বিজেপিত নেতৃত্বৰ অভাব হৈছে, যাৰ বাবে বিজেপিৰ নেতা সকলে কংগ্ৰেছৰ পিছে পিছে ঘূৰি আছে। বিধায়ক ওৱাজেদ আলী চৌধুৰী আৰু APCC ৰ সম্পাদক অমৃত বাদশাহই কয় যে কংগ্ৰেছৰ এজনো বিধায়ক বিজেপি লৈ নাযায়।৭৫ সংখ্ৰ্ৰ্ক্ষ্যে্যে্যে্যে্যে্যে্যে ৯ আগষ্টৰ পৰা ১৫ আগষ্লৈ স্বাধীনতা গৌ কৰি
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पूर्वी एशिया शिखर सम्मेलन के मौके पर पीएम मोदी ने अमेरिकी विदेश सचिव ब्लिंकन से की मुलाकात
प्रधान मंत्री नरेंद्र मोदी ने शुक्रवार को यहां वियनतियाने में पूर्वी एशिया शिखर सम्मेलन के मौके...
Sudhir Jatia’s Wealth Creation Story | आपके मालामाल बनने की जर्नी में क्या-क्या कमी रह गई? |Business
Sudhir Jatia’s Wealth Creation Story | आपके मालामाल बनने की जर्नी में क्या-क्या कमी रह गई?...
કાનપુરઃ રાત્રે 12 વાગે ત્રિરંગો લહેરાવીને આઝાદીની ઉજવણી, 14 ઓગસ્ટ 1947થી શરૂ થઈ હતી પરંપરા
15મી ઓગસ્ટ 2022થી ભારત તેની આઝાદીના 75 વર્ષ પૂર્ણ કરી રહ્યું છે. આ અવસર પર દેશભરમાં કાર્યક્રમોનું...
बीयर ( शराब ) का शोकीन शातिर चोर पुलिस गिरफ्त में
जिला पुलिस अधीक्षक बून्दी हनुमान प्रसाद ने बताया की थानाधिकारी थाना नमाना के नेतृत्व मे गठित...