বামুনবাৰীত অখিল ভাৰতীয় মধ্যদেশীয় বৈশ্য সভাৰ মৰাণ আঞ্চলিক সমিতিৰ ত্ৰিশজন সদস্যই অসম চিকিৎসা মহাবিদ্যালয়লৈ স্বেচ্ছাই ৰক্ত দান কৰিলে। আজি অখিল ভাৰতীয় মধ্য দেশীয় মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত ।বামুনবাৰীত এক ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰে। অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহা এটা চিকিৎসকৰ দলেআহি ৰক্ত সমুহ সংগ্ৰহ কৰে। মৰাণ , চেপন, ৰাজগড় বামুনবাৰী , কেন্দুগুৰিক ধৰি বিভিন্ন ঠাই সন্নিৱিষ্ট কৰি গঠন কৰা সংগঠনটোৱে অনাগত দিনতো কাম কৰি যোৱাৰ পোষকতা কৰে।আনহাতে অখিল ভাৰতীয় মধ্যদেশীয় বৈশ্য সভাৰ এই প্ৰচেষ্টাক শলাগ লয় অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহা চিকিৎসকৰ দলটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાકિસ્તાની ક્રિકેટ પ્લેયર્સે પોન્ઝી સ્કીમમાં રૂ. 100 કરોડ ગુમાવ્યાઃ ગઠિયો ફરાર
ઇસ્લામાબાદઃ પાકિસ્તાની ક્રિકેટર બાબર આઝમ, મોહંમદ રિઝવાન અને ફાસ્ટ બોલર શાહીન શાહ આફ્રિદી સાથે...
Toronto চলচ্চিত্ৰ মহোৎসৱত World Premiere-ৰ বাবে নিৰ্বাচিত ৰীমা দাসৰ Tora’s Husband
Village Rockstars আৰু Bulbul Can Sing-ৰ জৰিয়তে ইতিমধ্যে দেশ-বিদেশৰ চলচ্চিত্ৰ অনুৰাগী আৰু...
શિહોરી ખાતે મામલતદાર કચેરી પાસે કાર અચાનક આગમાં લપેટાતાં દોડધામ મચી
શિહોરી ખાતે મામલતદાર કચેરી પાસે કાર અચાનક આગમાં લપેટાતાં દોડધામ મચી