মৰাণ নগৰত হঠাৎ শিৱসাগৰ জিলা প্ৰদূষন নিয়ন্ত্ৰণ বৰ্ডৰ প্লাষ্টিক বিৰোধী অভিযান । ব্যৱসায়ীক প্ৰতিষ্ঠানত সোমাই জব্দ কৰিলে বৃহৎ পৰিমানৰ প্লাষ্টিক সামগ্ৰী । 

Assistant Executive Environment Scientist ড° মিতালী দলেৰ নেতৃত্বত প্ৰদূষন নিয়ন্ত্ৰণ বিভাগে মৰাণ পৌৰ সভাৰ সহযোগত মৰাণ নগৰৰ দোকানে দোকানে চলালে অভিযান । অভিযানৰ সময়ছোৱাত 'মৰাণ ডিছপ'জেৱল শ্বপ' নামৰ দোকানখনৰ পৰা ১৩৪.৮ কেজি ওজনৰ সামগ্ৰী জব্দ কৰে । একেদৰে দত্ত ভাণ্ডাৰটো অভিযান চলাইছে দলটিয়ে । অভিযান বৰ্তমানেও অব্যাহত ।