নলবাৰী জিলাৰ অন্তৰ্গত বালিলেচা(সলিহা)ৰ পংকজ দাস নামৰ এজন যুৱক যোৱা ২৮ জুলাই পূৱা ১১ বজাৰ নিৰুদ্দেশ হৈ আছে৷গাওঁখনৰ প্ৰতাপ দাসৰ পুত্ৰ পংকজৰ নিৰুদ্দেশত পৰিয়ালটো উপায়হীন হৈ পৰিছে৷বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো শুংসূত্ৰ পোৱা নাই৷ইতিমধ্যে পৰিয়ালে আৰক্ষীকো অৱগত কৰিছে৷পৰিয়ালৰ আহ্বান যদিহে কোনো সদাশয় লোকে কৰবাত যুৱক জনৰ শুংসূত্ৰ পায় তেতিয়া হলে 9707291096 অথবা 6901447814 ফোন নম্বৰত যোগাযোগ কৰি অৱগত কৰে যেন৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Indore News : मैच शुरू होने से पहले स्टेडियम पर पड़ा छापा, पहुंची टीम
मध्यप्रदेश के इंदौर के होलकर स्टेडियम में आज भारत-द.अफ्रीका के बीच मैच खेला जाना है। लेकिन मैच के...
ખેડા જિલ્લાના મહુધા ખાતે કોંગ્રેસની પરિવર્તન સંકલ્પ યાત્રાનું સ્વાગત2022 | Spark Today News
ખેડા જિલ્લાના મહુધા ખાતે કોંગ્રેસની પરિવર્તન સંકલ્પ યાત્રાનું સ્વાગત2022 | Spark Today News
માલધારીઓએ ડેરીમાં ભરાવવાને બદલે 5.20 લાખ લીટર દૂધ ગરીબોમાં વહેંચ્યું
ઢોર નિયંત્રણ કાયદાનું બિલ મૂકવામાં આવતા રાજ્યની સાથે સુરેન્દ્રનગર જિલ્લાના માલધારી સમાજમાં...