নলবাৰী জিলাৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান ঈশ্বৰী সামাজিক সাংস্কৃতিক অনুষ্ঠান,বৰখালাৰ উদ্যোগত আৰু পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত দশম বৰ্ষিক গ্ৰীস্মকালিন নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ২৮ৰ পৰা ৩০ জুলাইলৈ বৰখালাত তিনিদিনীয়া নাট মহোৎসৱ আয়োজন কৰিছে৷তদুপলক্ষে পহিলা দিনা পূৱা পতাকা উত্তোলন,দশম বৰ্ষৰ দহখন পতাকা উত্তোলন,স্মৃতি তৰ্পণ,চিত্ৰাংকন প্ৰতিযোগিতা,কলা বিথীকা উন্মোচন,সন্ধিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,মঞ্চ উদ্বোধন,নাট সন্ধিয়া উদ্বোধনৰ পিচতে পূৰ্ণাহুতি নাট প্ৰদৰ্শন৷২৯ জুলাই পূৱা চাফাই অভিযান,খেলধেমালি প্ৰতিযোগিতা,আকস্মিক বক্তৃতা প্ৰতিযোগিতা,চিত্ৰ প্ৰদৰ্শনী উন্মোচন,আবেলি মঞ্চ উদ্বোধন,ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা,বন্তি প্ৰজ্বলন,সম্বৰ্ধনা অনুষ্ঠান,গ্ৰন্থ উন্মোচন,নাট সন্ধিয়া উদ্বোধন,নাট কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা নাট কুহিঁপাত মঞ্চস্থ কৰিব৷৩০ জুলাই পূৱা ভেশচন প্ৰতিযোগিতা,কুইজ প্ৰতিযোগিতা,আবেলি মঞ্চ উদ্বোধন,বন্তি প্ৰজ্বলন,বটাঁবিতৰণ,নাট সন্ধিয়া উদ্বোধন,নাট ৰাজপথৰ আলাপ মঞ্চস্থৰ পিচতে অসমীয়া গীতৰ আধাৰত একক আধুনিক নৃত্য প্ৰতিযোগিতা৷অনুষ্ঠানত ৰাইজৰ সহযোগ কামনা কৰিছে আয়োজক সমিতিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विविध मागण्यांसाठी मच्छीमारांचे जलसमाधी आंदोलन
शेकडो महिला मुलाबाळांसह सहभागी
जिंतूर / तालुक्यातील मच्छीमार व मत्स्यव्यवसायिक यांच्या विविध मागण्यासंदर्भात मत्स्यव्यवसाय...
যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ সহ আটক যুৱক
বোকাখাতত হেৰোইন যুৱক আটক। বৃহস্পতিবাৰে আটক হয় যুৱকজন। ১৩ গ্ৰাম হেৰোইন সহ গুৱাহাটীমুখী...
শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে উখল মাখল এন আৰ এলৰ চৌপাশ ।
শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে উখল মাখল এন আৰ এলৰ চৌপাশ ।
নুমলীগড় শোধনাগাৰৰ সমীপত আজি...
Israel Hamas War: इसराइल में Gun Licence के नियम हुए ढीले, लाखों लोग ले रहे बंदूकें (BBC Hindi)
Israel Hamas War: इसराइल में Gun Licence के नियम हुए ढीले, लाखों लोग ले रहे बंदूकें (BBC Hindi)