🔴 ৰূপহীহাটৰ পশ্চিম শিঙিমাৰীৰ SBIৰ CSP কেন্দ্ৰত ডকাইতি কৰিবলৈ আহিছিল এটা দুজনীয়া দুৰ্বৃত্তৰ দল।

🔴 ধৃত লোকজনৰ পৰা উদ্ধাৰ এটা পিষ্টলসহ ৮ জাঁই সজীৱ গুলী।

🔴 আৰক্ষী অহাৰ উমান লাভ কৰি এজনৰ পলায়ন। 

#thevoiceofchariduar #NewsUpdate