ৰাণীস্থিত পেপছিক’ কোম্পানীত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু। মৃত শ্ৰমিকজন চকৰ্দৈৰ প্ৰণৱজ্যোতি হাজৰিকা (১৭)। শ্ৰমিকজনৰ ওপৰত বাগৰি পৰিছিল প্ৰায় ৩৫ কুইণ্টলৰ গধুৰ মোনা৷ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰ্তৃপক্ষৰ। ঘটনাস্থলীত উপস্থিত আজাৰা আৰক্ষী।
ৰাণীস্থিত পেপছিক’ কোম্পানীত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু।মৃত শ্ৰমিকজন চকৰ্দৈৰ প্ৰণৱজ্যোতি হাজৰিকা (১৭)।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/07/nerity_475588cacc8bdd74b91c18698d544ac9.jpg)