জৰাসৰ নৈৰ গৰাখহনীয়াই বিপৰ্য়ই আনিছে কেইবাখনো গাওঁত কেইবাশ বিঘা মাটি গৈছে জৰাসৰ নদীৰ গৰাখহনীয়া কবলত
🔴জৰাসৰ নৈৰ গৰাখহনীয়াই বিপৰ্য়ই আনিছে কেইবাখনো গাওঁত।
🔴কেইবাশ বিঘা মাটি জাহ গৈছে জৰাসৰ নদীৰ গৰাখহনীয়া কবলত।
🔴জৰাসৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি জাহ গৈছে গঞা ৰাইজৰ ম্যাদি পট্টাৰ ভূমি। 🔴নিৰ্বিবকাৰ বিভাগীয় কৰ্তীপক্ষ।
🔴জৰাসৰ নৈ খৰালী শুকাই যোৱাৰ বিপৰীতে বাৰিষা কালৰূপ ধাৰণ কৰি বৃহৎ সমস্যাৰ উদ্ভৱ কৰে বালিপৰাত৷
🔴ৰঙাপৰা সমষ্টি অন্তৰ্গত ভোবোলা বঙালী নামৰ আদিবাসী চহা লোকৰ গাঁওখনৰ ম্যাদী কৃষিভূমিৰ বৃহৎ অংশ ইতিমধ্যেই খহনীয়াত জাহ গৈছে৷
#NewsUpdate #chariduarupdate #thevoiceofchariduar