ৰহা বৌদ্ধিধৰ্মা কৰাটো ক্লাবৰ ২২খেলবৈয়ে কাটা আৰু কুমিটেত ৩৩টা পদক অৰ্জন কৰি ৰহালৈ গৌৰৱ কঢিয়াই আনিলে।

      যোবা ১৬জুলাই ত guwahati cotton University Dr.T.Aoo Indoor stadiumত mawate  ka shito Ryu karate championship ত ৰহা বৌদ্ধিধৰ্মা কৰাটে ক্লাবৰ প্ৰশিক্ষক তথা থ্ৰী ডান ব্লেক বেল্ট নিত্য কুমাৰ পাতৰ ৰ নেতৃত্বত যোবা ৩০ জনীয়া খেলবৈৰ ভিতৰত ২২খেলবৈ ৩৩টা পদক অৰ্জন কৰি ৰহা লৈ গৌৰব কঢিয়াই আনিবলৈ সক্ষম হৈছে।

       চেম্পিয়নশ্বিপত শ্যাম পাতৰে কাটাত silver.কুমিটেত ব্ৰোঞ্জ,দেবকিশন চুতিয়াই কাটাত গোল্ড,কুমিটেত ব্ৰোঞ্জ, তিষান্টা পল নাথে কুমিটেত ব্ৰোঞ্জ,Tapatarthi Nath য়ে কুমিটেত গোল্ড,জিজ্ঞাস নাথে কুমিটেত ব্ৰোঞ্জ,Jharna Devi য়ে কুমিটেত গোল্ড, দিপশীখা পাতৰে কাটাত ব্ৰোঞ্জ, কুমিটেত গোল্ড, বিষ্ণুপ্ৰিয়া চুতিয়াই কাটাত ব্ৰোঞ্জ, কুমিটেত silver,বৈভবী বুঢ়াগোঁহাই য়ে কাটাত silver,কৃষ্টি দেবীয়ে কাটাত silver,কুমিটেত গোল্ড,kritisha Das য়ে কুমিটেত silver,পৰিস্মিতা দাসে কাটাত silver,কুমিটেত ব্ৰোঞ্জ,Bradabrat Das য়ে কুমিটেত ব্ৰোঞ্জ,জ্যোতিস্মান দেবনাথে কাটাত ব্ৰোঞ্জ, কুমিটেত গোল্ড, ৰিতুবিকাশ য়ে কুমিটেত ব্ৰোঞ্জ, সুমন নাথে কুমিটেত ব্ৰোঞ্জ, বিশালজ্যোতি দাসে কাটাত ব্ৰোঞ্জ, কুমিটেত ব্ৰোঞ্জ, অলবিয়ান বৰদলৈ য়ে কাটাত silver,কুমিটেত ব্ৰোঞ্জ, প্ৰীয়ম মজুমদাৰ য়ে কাটাত silver,কুমিটেত silver,অনিৰ্বাণ হাজৰিকা য়ে কুমিটেত ব্ৰোঞ্জ, প্ৰদ্যুৎ ইংতিয়ে কাটাত silver.কুমিটেত গোল্ড আৰু prashujta Das য়ে কুমিটেত ব্ৰোঞ্জ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।