শোণিতপুৰৰ গড়মৰাৰত হাতী মানুহৰ সংঘাত তুংগত
নিশা বন্যহস্তিৰ আক্ৰমনত লণ্ডভণ্ড বাসগৃহ
নিশা গড়মৰাৰ পিংকু চাৰ্কিৰ ঘৰ ভাঙি তচ নচ কৰিলে হাতীয়ে আৰু কেইবাটাও বাসগৃহ লণ্ডভণ্ড হাতীৰ জাকটোৰ.
বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা তিনি জনীয়া এটা হাতীৰ দলে কেইবামাহৰ পৰা গঞা ৰাইজক ত্ৰাহি মধুসুদন সোঁৱৰাই আহিছে
গড়মৰা অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰি আহিছে হাতীৰ জাকটোৱে
কানষাৰ নাই বনবিভাগৰ ঘৰ ভঙাৰ আধাঘন্টা পলমকৈ উপস্থিত বনবিভাগ।জৱাহদিহি কৰিলে ৰাইজে
 
  
  
  
   
   
  