মৰাণ বিধানসভা সমষ্টিক খোৱাং বিধানসভা সমষ্টি বুলি নামাকৰণ কৰাৰ প্ৰস্তাৱক বিৰোধীতা কৰিছে মৰাণ বাসীয়ে। মৰাণৰ নাগৰিক সমাজে বুধবাৰে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ যোগেদি নিৰ্বাচনী আয়োগ আৰু অসম চৰকাৰক মৰাণ বিধানসভা সমষ্টিক মৰাণ নামেৰে বহাল ৰাখিবলৈ দাবি জনাই স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
মৰাণ সমষ্টিৰ নাম বহাল ৰখাৰ দাবীত নিৰ্বাচনী আয়োগ আৰু অসম চৰকাৰলৈ মৰাণ নাগৰিক সমাজৰ স্মাৰক পত্ৰ প্ৰেৰণ
