আজি অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই নলবাৰী জিলা বিজেপিৰ কাৰ্য্যালয়টো আনুষ্ঠানিক ভাবে উদ্বোধন কৰে৷কাৰ্য্যালয় উদ্বোধনৰ সময়ত বিজেপিৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তাৰ চৰণ ধুৱাই মুখ্যমন্ত্ৰীয়ে আশিস গ্ৰহণ কৰে৷উল্লেখ্য যে বিজেপি মিত্ৰ গোষ্ঠীৰ চৰকাৰ হোৱাৰ পিচত এই সকল জ্যেষ্ঠ কাৰ্য্যকৰ্তা দলটোৰ বাবে এলাগি হৈ পৰাৰ অভিযোগ উঠিছিল৷আজি মুখ্যমন্ত্ৰী গৰাকীয়ে উক্ত অভিযোগ খণ্ডন কৰি যিসকল জ্যেষ্ঠ কাৰ্য্যকৰ্তাৰ বাবে দলটি আজিৰ পৰ্য্যয় পাইছে সেইসকল পৰমপূজ্য কাৰ্য্যকৰ্তা সদায় দলটিৰ মাৰ্গ দৰ্শক হিচাবে থাকিব বুলি উল্লেখ কৰে৷মনকৰিবলগীয়া যে উক্ত জ্যেষ্ঠ কাৰ্য্যকৰ্তা সকলৰ ভিতৰত বৰভাগ অঞ্চলৰ সানেকুছি নিবাসি সোনাফুল লহকৰো আছে৷লহকৰে বিজেপি দলটিক পূৰ্বৰে পৰা অঞ্চলটোত সৱল কৰাত উঠিপৰি লাগিছিল৷আজি সেইগৰাকী ব্যক্তিৰ চৰণ ধুৱাই মুখ্যমন্ত্ৰীয়ে আশীষ লোৱাত অঞ্চলটোৰ বিজেপিৰ কাৰ্য্যকৰ্তা সকলে আনন্দ প্ৰকাশ কৰিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अपमानाचा बदला घेण्यासाठी तिहेरी हत्याकांडाचा अखेर असा झाला उलगडा...
दिल्ली: तिहेरी हत्याकांडाचं एक धक्कादायक प्रकरण समोर आलं आहे. पश्चिम दिल्लीतल्या अशोक नगर...
नयापुरा पुलिस ने अवैध मादक पदार्थ अफीम का डोडा चुरा 7 किलो 340 के
नयापुरा पुलिस ने अवैध मादक पदार्थ अफीम का डोडा चुरा 7 किलो 340 के साथ एक आरोपी को किया गिरफ्तार...
जम्मू-कश्मीर में सेना के जवानों का अपहरण:आतंकियों के चंगुल से एक जवान भाग निकला, सर्च ऑपरेशन जारी
जम्मू-कश्मीर के अनंतनाग जिले में आतंकवादियों ने भारतीय सेना के जवानों का अपहरण कर लिया। एक जवान...