🔴 ‘পাচলিৰ বজাৰৰ পৰা উভতিলো, ভাব হ’ল জুইৰ মাজেৰে খোজ কাঢ়ি আহিলো!’

🔴 মূল্য বৃদ্ধিক লৈ মন্তব্য প্ৰাক্তন ডিজিপি কুলধৰ শইকীয়াৰ 

#thevoiceofchariduar #NewsUpdate #news