গুৱাহাটী ৰেলৱে ষ্টেচনত ৩৩ খন ATM কাৰ্ড জব্দ। ঘটনা সন্দৰ্ভত আটক কৰা হৈছে দুজন ATM চোৰ। 

ATM কাৰ্ড সহ আটক হৈছে ঔম সিং আৰু বিনয় কুমাৰ নামৰ ২টা ATM হেকাৰ। 

ঔম নামৰ হেকাৰৰ পৰা জব্দ হৈছে ২২ খন ATM আৰু বিনয় নামৰ হেকাৰটোৰ পৰা জব্দ ১১ খন ATM। 

ডিমাপুৰ-লক্ষ্ণৌ লৈ আনি থকা অৱস্থাত GRP য়ে আটক কৰে ATM কাৰ্ড সহ হেকাৰ দুজনক। 

হেকাৰ দুজন ৰাজধানী এক্সপ্রেছত আহিছিল। 

লগতে GRP য়ে জব্দ কৰে ১২০ বান্দুল বাৰ্মিজ চিগাৰেট। 

আটক কৰে ৱাচিম খান নামৰ উত্তৰ প্ৰদেশৰ বাঘপাটৰ এজন লোকক। 

ৰাজধানী এক্সপ্রেছৰ পৰাই আটক কৰা হয় ৱাচিম খানক।