অৱশেষত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ বিতৰ্কিত OC বিমান ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰে৷উল্লেখ্য যে যোৱা বিশ জুন নিশা থানাৰ লক’আপৰ ভিতৰতে এজনী কিশোৰীক উলংগ কৰি ভিডিঅ আৰু ফটো লৈছিল আৰক্ষী বিষয়া গৰাকীয়ে৷পৰবৰ্তী সময়ত কিশোৰী গৰাকীয়ে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে নলবাৰী সদৰ আৰক্ষী থানাত গোচৰ তৰিছিল৷কিশোৰী গৰাকীৰ অভিযোগৰ পিচতে আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্তত আৰম্ভ কৰিছিল৷ইতিমধ্যে তদন্তৰ পিচতে আৰক্ষী বিষয়া গৰাকীক নিলম্বন কৰিছিল যদিও নিলম্বনৰ পিচতে তেওঁ আত্মগোপন কৰিছিল৷আনহাতে পলাতক বিমান ৰায়ৰ সন্ধান দিয়াজনক উপযুক্ত পুৰস্কাৰে সন্মানিত কৰিব বুলি ডি জি পিয়ে টুইটাৰ যোগে ঘোষনা কৰিছিল৷বৰ্তমানলৈ পলাতক আৰক্ষী বিষয়া জনৰ সন্ধান পোৱা নাই৷ইয়াৰ মাজতে ডি জি পিয়ে আৰক্ষী বিষয়াজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা বুলি জানিব পৰা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તાલુકા સંગઠન મહિલા મોરચાની બેઠક યોજાઈ
આજ રોજ ખેડબ્રહ્મા જૂના માર્કેટયાર્ડ ખાતે ખેડબ્રહ્મા તાલુકા મહિલા મોરચાની પરિચય બેઠક ખેડબ્રહ્મા...
માદક પદાર્થના જથ્થા સાથે એક આરોપીની ધરપકડ
#buletinindia #gujarat #ahmedabad
ચૂંટણી પહેલા કોગ્રેસમાં વિરોધ, ચાણસ્મા વિધાનસભા સીટ પર સ્થાનિક ઉમેદવારની માંગ
ચૂંટણી પહેલા કોગ્રેસમાં વિરોધ, ચાણસ્મા વિધાનસભા સીટ પર સ્થાનિક ઉમેદવારની માંગ
ભારત વિશ્વની 5 માં નંબર ની સૌથી મોટી અર્થવ્યવસ્થા બની ગઈ છે.
વાત કરીએ તો ઇન્ટરનેશનલ મોનેટરી ફંડના ડેટા અનુસાર ભારતે અર્થ વ્યવસ્થામાં બ્રિટનને પાછળ કરીને...