মঙ্গলদৈৰ বিখ্যাত অসমীয়া মুছলমানৰ গাঁও নগৰবাহী কৰিমীয়া ঈদগাহত কুৰি সহস্ৰাধিক লোকে পৱিত্ৰ ঈদ -উজ্জোহাৰ নামাজত অংশগ্ৰহণ কৰে।