📌বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা প্ৰত্যাহাৰ অসমীয়া ভাষা

📌স্নাতক মহলাৰ শিক্ষাৰ্থীয়ে লিখিব লাগিব ইংৰাজীত

📌কেৱল MILৰ ক্ষেত্ৰতহে ব্যতিক্ৰম হ’ব এই সিদ্ধান্ত

📌২৮ মাৰ্চত বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ

📌বিশ্ববিদ্যালয়খনৰ অধীনস্থ ৫৯খন মহাবিদ্যালয়ত প্ৰযোজ্য হ’ব এই নিৰ্দেশ