🚩ৰাষ্ট্ৰীয় যোগা অলিম্পিয়াডত সোণৰ পদক অসমৰ কিশোৰীৰ।

🚩আমগুৰি খৰাগঢ় চকলিয়ালৰ চিম্পী গগৈ।

🚩চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু NCERT দ্বাৰা মধ্যপ্ৰদেশত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

🚩কালুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী চিম্পী গগৈ। 

#thevoiceofchariduar #NewsUpdate #news