🚩ভুৱা ভিডিঅ’ আপলোড কৰি ৰঙা ঘৰৰ আলহী 

🚩আলফাত যোগদান কৰা নাই বইটামাৰীৰ মমেনচন্দ্ৰ নাথে।

🚩আলফাত যোগদান কৰা বুলি ছ’চিয়েল মিডিয়াত ভুৱা ভিডিঅ’ আপলোড কৰিছিল।

 🚩ভুৱা ভিডিঅ’ আপলোড কৰাৰ অপৰাধত গ্ৰেপ্তাৰ মমেনচন্দ্ৰ নাথক।