১৯৯৪চনত শিশু ৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ,অসম কেন্দ্ৰীয় সমিতিৰ সংগীত কাননৰ ৫গৰাকী শিক্ষাৰ্থী অনিন্দিতা শইকিয়া,জয়ন্ত দাস,ড্ৰিমলী দেবী,নিহাৰিকা ডেকা আৰু আইৰিন শইকিয়াই সংগীত সত্ৰ পৰিক্ষা পৰিষদৰ দ্বাৰা অনুষ্ঠিত কৰা চূড়ান্ত পৰীক্ষা গুনীন ত প্ৰথম বিভাগত উওিৰ্ন হোবাত যোবা শনিবাৰে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ত অনুষ্ঠিত হোবা গাম্ভীৰ্য্যপূৰ্ন অনুষ্ঠানত অসম সংগীত সত্ৰ ৰ দ্বাৰা গুনীন উপাধি প্ৰদান কৰে।অকনিৰ কবিতা ঘৰ ৰ এই ৫গৰাকী শিক্ষাৰ্থী সকলে গুনীন উপাধি লবলৈ সক্ষম হৈ ৰহা তথা অকনিক কবিতা ঘৰলৈ গৌৰৱ কঢিয়াই আনিছে।এই উপলক্ষে আজি ৰহা মজলীয়া বিদ্যালয় ত চলা অকনিৰ কবিতা ঘৰ ৰ সংগীত কাননৰ পাঠ্যক্ৰম ত ৫গৰাকী শিক্ষাৰ্থী ক অভিনন্দন জনোৱৰ লগতে শিক্ষাৰ্থী সকলে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে। অকনিৰ কবিতা ঘৰ, অসমৰ প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে আঁত ধৰা অভিনন্দন অনুষ্ঠানত প্ৰধান পৰিচালক শিশুপ্ৰিয় অবনী কুমাৰ শইকিয়াই শিক্ষাৰ্থী সকলৰ কৃতিত্ব ৰ বাবে শুভেচ্ছা জনোৱৰ লগতে অনুষ্ঠানত অকনিৰ কবিতা ঘৰ সংগীত কাননৰ শিক্ষয়ত্ৰী প্ৰিয়াসী পূজাৰী,পায়ল গাংগুলী,গীতিমনি ডেকা,প্ৰচাৰ সম্পাদক চয়েল খেতান ৰ লগতে কন কন শিশু সকলৰ লগতে অবিভাবক,অবিভাবিকা সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कनाडा में भारतीय छात्र की गोली मारकर हत्या:पंजाब का रहने वाला मृतक, 2 संदिग्ध गिरफ्तार, घटना CCTV में कैद
कनाडा के एडमोंटन में सिक्योरिटी गार्ड के तौर पर काम करने वाले 20 वर्षीय भारतीय छात्र की गोली...
MCN NEWS| माजी आमदार भाऊसाहेब पाटील चिकटगावकर यांचा समर्थकांसह शिवसेना ठाकरे गटात प्रवेश
MCN NEWS| माजी आमदार भाऊसाहेब पाटील चिकटगावकर यांचा समर्थकांसह शिवसेना ठाकरे गटात प्रवेश
कैबिनेट की शपथ लेने के लिए कॉल जानी शुरू, TDP को एक कैबिनेट और एक राज्य मंत्री पद मिलना लगभग कंफर्म
नरेंद्र मोदी लगातार तीसरी बार प्रधानमंत्री पद की शपथ लेंगे. शाम 7:15 बजे राष्ट्रपति भवन में शपथ...
Aspiring youths staged protests; demands transparency in recruitment
Shillong: Meghalaya Trinamool Congress Students' Union observed a day-long hunger strike...
બગસરા ના ગોકળપરા વિસ્તારમાંથી જુગાર રમતા નવ પતા પ્રેમીઓને ૨૧૨૪૦/-રૂપિયા ની રોકડ રકમ સાથે પકડી પાડતી બગસરા પોલીસ ટીમ
શ્રી અશોકકુમાર સાહેબ પોલીસ મહાનિરીક્ષકશ્રી ભાવનગર વિભાગ ભાવનગર નાઓએ રેન્જના જીલ્લાઓમાં પ્રોહી તથા...