শিৱসাগৰ নগৰ মাজমজিয়াত উদ্যম নৃত্য ঐতিহাসিক শিৱসাগৰ শিৱদৌল প্ৰাংগণত ভাং আৰু সুৰা আড্ডা।এনে একাংশ বল বমৰ ভক্তৰ পৰা সাৰি নগম অসম অন্যতম ধৰ্মীয় অনুষ্ঠান ঐতিহাসিক শিৱসাগৰ শিৱদৌল,বিষ্ণু দৌল,দেৱী দৌল চৌহদ।দেওবাৰে নিশা দৌল চাৰিওফালে এক অৰাজক পৰিবেশ।শিৱসাগৰ নগৰ মাজ মজিয়াত উচ্চ মাত্ৰাৰ অনুভাষ যন্ত্ৰ ব্যৱহাৰ কৰি বহু সময় উদ্দাম নৃত্য। তাৰ সমান্তৰাল ভাৱে ঐতিহাসিক শিৱসাগৰ দৌল ৰ ভিতৰত একাংশ ভক্তৰ সুৰা আৰু ভাংৰ আড্ডা।