🔸ভূটানৰ পানীয়ে বুৰাই পেলাইছে গোৰেশ্বৰ ৰাজহ চক্ৰৰ কেইবাটাও অঞ্চল

🔸শুক্লাই নৈ, দেওঁচুঙা নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰে প্ৰায় অৰ্ধশতাধিক গাঁও

🔸বানপীড়িত অঞ্চল পৰিদৰ্শন BTRৰ EM ৰনেন্দ্ৰ নাৰ্জাৰী আৰু SDC মানসজ্যোতি বৰাই

#News24update

#Pramodboro

#EMRANENRDANARZARY

#SDCGORESWAR

#BTRGOVT