মাৰৱাৰী যুৱ মঞ্চ, ৰহা শাখাৰ উদ্যোগত আৰু ৰহা মহাবিদ্যালয় এনচিচি আৰু এনএচএচ ৰ সহযোগত অহাকালি ২২জুনত ৰহা মহাবিদ্যালয় ত পূবা ১০বজাৰ পৰা বিয়লী ৪বজালৈ ৰক্তদান শিবিৰৰ আয়োজন কৰা হব বুলি ৰহা শাখা মাৰৱাৰী যুৱ মঞ্চই জানিব দিয়ে।