অসমৰ জাতীয় জীৱনক প্ৰগতিশীল চিন্তা-চেতনা আৰু বৰ্ণিল কৰ্মৰাজিৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নৱ দিগন্তৰ সন্ধান প্ৰদান কৰিছিল। অসমৰ সমাজ, সংস্কৃতি আৰু সাহিত্যৰ বৰপেৰা চহকী কৰি আগৰৱালাদেৱে প্ৰথমখন অসমীয়া কথাছবি 'জয়মতী' নিৰ্মাণ কৰাৰ লগতে ভালেমান কবিতা, গীত আৰু নাট ৰচনা কৰিছিল। এইগৰাকী ক্ষণজন্মা মহান ব্যক্তিসত্তাক আজি পৱিত্র জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
অসমৰ জাতীয় জীৱনক প্ৰগতিশীল চিন্তা-চেতনা আৰু বৰ্ণিল কৰ্মৰাজিৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি পৱিত্র জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
