🔴দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শিখা শৰ্মাক

🔴বিজেপি নেত্ৰী জোনালী নাথৰ মৃত্যুক লৈ বিতৰ্কিত ফেচবুক পোষ্টৰ বাবে আৰক্ষীয়ে আটক কৰিছে শিখা শৰ্মাক

🔴শিখা শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগে আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰিছিল পত্ৰ 

#thevoiceofchariduar #NewsUpdate #TVC