তামুলপুৰত বন্য হস্তীৰ আক্ৰমনত নিহত এজন। জিলাখনৰ আঙৰকাটা শান্তিপূৰ গাঁওৰ এগৰাকী মহিলাই আজি পুৱা মন্দিৰত যাব ওলোৱাত হঠাৎ অঞ্চলটোত ঘূৰি থকা এটা বন্য হস্তীৰ মুখামুখি হোৱাত বন্য হস্তীটোৱে গছকি মাৰি পেলাই মহিলা গৰাকীক।ঘটনাস্থলীত উপস্থিত কুমাৰিকাটা বন বিভাগ আৰু আৰক্ষীৰ লোক। এতিয়াও অঞ্চলটোত ঘূৰি আছে বন্যহস্তীটো। আতংকিত স্থানীয় ৰাইজ
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા વેસ્ટર્ન રેલવે એમ્પ્લોઇઝ યુનિયનની ભૂખ હડતાલને લઈને રેલ્વે જનરલ સેક્રેટરીએ આપી પ્રતિક્રિયા
વડોદરા વેસ્ટર્ન રેલવે એમ્પ્લોઇઝ યુનિયનની ભૂખ હડતાલને લઈને રેલ્વે જનરલ સેક્રેટરીએ આપી પ્રતિક્રિયા
मोदी पहली बार नाइजीरिया पहुंचे:राष्ट्रपति टिनूबू ने एयरपोर्ट पर स्वागत किया, प्रधानमंत्री को राजधानी अबुजा की चाबी सौंपी गई, ये विश्वास का प्रतीक
प्रधानमंत्री नरेंद्र मोदी शनिवार रात पहली बार नाइजीरिया पहुंचे। यह किसी भारतीय प्रधानमंत्री का 17...
মৰাণত মাটি-বাৰি সংক্ৰান্তত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰ-পিট, মৰাণ আৰ ক্ষী ৰ তদন্ত আৰম্ভ
মৰাণত মাটি-বাৰি সংক্ৰান্তত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰ-পিট । দুই পক্ষৰ আৰক্ষী থানাত এজাহাৰ । অভয়পুৰ...
સુરત શહેરના કાપોદ્રા પોલીસેવરલી મટકાનો જુગાર ઝડપી પાડ્યો.
સુરત શહેરના કાપોદ્રા પોલીસેવરલી મટકાનો જુગાર ઝડપી પાડ્યો.
સુરતની કાપોદ્રા પોલીસે વરલી મટકાનો...