ছাত্ৰ -ছাত্ৰী সকলৰ বহু প্ৰতীক্ষাৰ অন্তত আজি ৰাতিপুৱা ৯.০০ বজাত ঘোষিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৩ ৰ ফলাফল। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ টুইট যোগে উক্ত তথ্য প্ৰকাশ। পৰীক্ষাৰ্থী সকলে নিম্নোক্ত চাইট সমূহৰ পৰা ফলাফল লাভ কৰিব পাৰিব::

👉 ahsec.assam.gov.in

👉 http:/www.indiaresults.com/

👉 https:/assamjobalerts.com/

👉 iresults.net

👉 exametc.com

👉 https:/www.assamresult.co.in/

👉 https:/www.results.shiksha/

👉 https:/www.assamresult.in/

👉 iresults.in