📌 ওদালগুৰি জিলাৰ কলাইগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত বৰক'লা ঝিলকাপাৰা গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত।।

📌জুইৰ লেলীহান শিখাত শশীন্দ্ৰ বড়াৰ ঘৰখন সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।।

📌 শশীন্দ্ৰ বড়া পেছাত এজন গৃহৰক্ষী জোৱান।।

📌 উৎকট গৰমৰ বাবে পৰিয়ালৰ লোক সকল চৌহদৰ গছৰ ছাঁত জিৰণি লৈ থকা অৱস্থাত বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলত ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ।।

📌 স্হানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা জুই নিয়ন্ত্ৰণ।।

📌 বিটিআৰ ৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই ঘটনাস্হলী পৰিদৰ্শন কৰি পৰিয়ালটিৰ বুজ লয়।।

(Local News)