গোলাঘাটত হৃদয় - ভিকি স্মৃতি ন্যাসৰ উদ্যোগত অভিনন্দন অনুষ্ঠান। গোলাঘাট নগৰৰ কুশল কোঁৱৰ বাল্য ভৱনৰ ছাত্ৰ মহম্মদ আতিফ ৰেজাই শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪.১৭ শতাংশ নম্বৰ লৈ ডিষ্টংনজন সহ সুৰক্ষাতিৰে উৰ্ত্তীন নগৰলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ গৰাকীক আজি গোলাঘাটত হৃদয় - ভিকি স্মৃতি ন্যাসৰ উদ্যোগত অভিনন্দন জনোৱা হয়। এই উপলক্ষে গোলাঘাট কুশল কোঁৱৰ বাল্য ভৱন বিদ্যালয় চৌহদত এখন সভাৰ আয়োজন কৰা হয়। উক্ত সভাৰ সভাপতিত্ব কৰে দ্বিপেন কাকতিয়ে। উদেশ্য ব্যাখ্যা কৰে হৃদয় - ভিকি স্মৃতি ন্যাসৰ সম্পাদক ৰবিন হাজৰিকাই। এই সভাতেই মুখ্য অতিথি মেলামৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তিলেশ্বৰ তামুলীয়ে উপস্থিত থাকি ছাত্ৰ গৰাকীক এখন ফুলাম গামোচা, সৰাই, সম্বৰ্ধনা প্ৰত্ৰ, আৰু নগদ ধন দহ হাজাৰ টকা প্ৰদান কৰে। সভাত হৃদয় - ভিকি স্মৃতি ন্যাসৰ কাৰ্যকৰী সভাপতি অৰুণ হাজৰিকা, কুশল কোঁৱৰ বাল্য ভৱনৰ অধ্যক্ষ বিজয়া বৰা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পদ্মা বৰাকে বিদ্যালয় খনৰ শিক্ষাৰ শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলে উপস্থিত থাকে। উল্লেখ প্ৰতি বছৰে গোলাঘাট নগৰৰ ছখন চৰকাৰী বিদ্যালয়ৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুৰক্ষাতিৰে উৰ্ত্তীন হোৱা ছাত্ৰ ছাত্ৰী সকলক এনেদৰে জলপানি প্ৰদান কৰি আহিছে হৃদয় - ভিকি স্মৃতি ন্যাসে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
DEESA/આમ આદમી પાર્ટી દ્વારા આગામી વિધાનસભા ની ચૂંટણીને લઇ પત્રકાર પરિષદ યોજી..
DEESA/આમ આદમી પાર્ટી દ્વારા આગામી વિધાનસભા ની ચૂંટણીને લઇ પત્રકાર પરિષદ યોજી..
তেজপুৰৰ শ'লমৰাস্থিত হায়াতুল উলুম মাম্ৰাছাত অধ্যয়নৰত আছিল তেজপুৰ যোৰগড়ৰ দুই ছাত্ৰ সন্ধানহীন
তেজপুৰৰ শ'লমৰাস্হিত হায়াতুল উলুম মাম্ৰাছাত অধ্যয়নৰত আছিল তেজপুৰ যোৰগড়ৰ দুই ছাত্ৰ ক্ৰমে মুছাৰ্দুৰ...
दो साल पहले दौसा में रोकी थी ट्रेन, अब डॉ किरोड़ी मीणा को लेकर हाईकोर्ट का आया ये आदेश
राजस्थान की भजनलाल सरकार में कैबिनेट मंत्री डॉ किरोड़ी लाल मीणा को एक पुराने मामले में बहुत बड़ी...
ગારીયાધારના પીપળવા ગામે લમ્પી વાયરસથી બે પશુના મૌત નિપજ્યા
ગારીયાધારના પીપળવા ગામે લમ્પી વાયરસથી બે પશુના મૌત નિપજ્યા
Sanjay Singh Arrested Update: Rouse Avenue Court में अड़ गए संजय सिंह के वकील | Breaking News
Sanjay Singh Arrested Update: Rouse Avenue Court में अड़ गए संजय सिंह के वकील | Breaking News