চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য অঞ্চল উন্নয়ণ মন্ত্ৰী যোগেন।মহনক মুখ্যমন্ত্ৰীয়ে পুনৰ খনি আৰু খনিজাত সামগ্ৰীৰ দপ্তৰ প্ৰদান।কৰাত সন্তুোষ প্ৰকাশ কৰিছে সমষ্টিবাসীয়ে আজি মাহমৰা সমষ্টিৰ মৰাণ হাটত অৱস্থিত মন্ত্ৰীজনৰ বাসগৃহৰ কাৰ্য্যালয়ত তেওঁৰ ওপৰত আস্থা।আৰু বিশ্বাস ৰাখি পুনৰ এটা দপ্তৰ প্ৰদান কৰাত মুখ্যমন্ত্ৰী।ড° হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন।কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে