আজি চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ ঘোৰাজান চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থা বৰুৱা নগৰ উপ শাখা সমিতিৰ উদ্যোগত বাগিচা খনৰ কাৰ্য্যালয়ৰ সন্মুখত আটছাৰ সদস্য আৰু শ্ৰমিকৰ উপস্থিতিত দুঘণ্টীয়া ধৰ্না কাৰ্য্যসূচী ৰূ পায়ন কৰে চিকিৎসাৰ আন্তঃগাঠনিৰ। ওপৰত । বাগিচাৰ চিকিৎসালয়ত নাৰ্চ আৰু টেকনিচিয়ান নিযুক্তি আৰু MBBS.ডাক্তৰ ,সম্পূৰ্ণ সা-সজুলি মজুত ৰখা ব্যৱস্থা চিকিৎসালয়ৰ আন্তঃগাঠনি ৰ উন্নয়ণ কৰিব লাগিব।বাগিচাত কৰ্মৰত সকলো অস্থায়ী শ্ৰমিকৰ পি, এফ , কৰ্তন কৰি জমা ৰখাৰ ব্যৱস্থা।চাহশ্ৰমিকৰ আইনঅনুসৰি প্ৰতি হেক্টৰ হিচাপত শ্ৰমিকৰ স্থায়ী কৰণ ব্যৱস্থা, বাগিচাত খালি হৈ থকা বিভিন্ন পদ সমুহত স্থানীয় শিক্ষিত যুৱক-যৱতীক নিযুক্তি প্ৰদান , বাগিচাৰ।শ্ৰমিকৰ ঘৰ মেৰামতি কৰাৰ ব্যৱস্থা, পাৱলগীয়া শ্ৰমিকক অতি শীঘ্ৰে ঘৰ ভাৰা দিয়াৰ ব্যৱস্থা, ইত্যাদি বিভিন্ন বিষয় সমুহ লৈ শ্লোগানেৰে এগন স্মাৰক পত্ৰ বাগিচাৰ পৰিচালকৰ যোগেদি বাগিচাৰ স্বত্ত্বাধিকাৰলৈ প্ৰেৰণ কৰে। উক্ত কাৰ্যসূচীত আটছাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য গনেশ গুৱালা সহদেৱ ধানোৱাৰকে আদি কৰি বিভিন্ন বিষয়া।সকল উপস্থিত থাকে।সমষ্টিৰ সাপেখাটিৰ ঘোৰাজান চাহ বাগিচাত প্ৰায় দিনৰ ১০ মান বজাৰ পৰা আটছাৰ ২ঘণ্টীয়া