কিছুমান মানৱ দৰদী মানুহৰ বাবে সমাজখন বৰ্তি আছে৷সচাকৈয়ে মানুহে মানুহৰ বাবে বাক্যশাৰী সত্য৷তাকে প্ৰমান কৰি আহিছে হাজো অঞ্চলৰ সু-সন্তান,সমাজৰত্ন তথা এমট্ৰনৰ উপ প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থই৷ভাণ্ডাৰ কায়স্থই বিগত কৰ’না কালিন সময়,প্ৰৱল বানপানী আদিৰ উপৰিও বিভিন্ন সময়ত আৰ্তজনক সহায় কৰি আহিছে৷ইয়াৰোপৰি কামৰূপ,নলবাৰী,দৰং আদি বিভিন্ন জিলাৰ বহুতো সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত সহায় কৰি নিজক সৎ সমাজকৰ্মী হিচাবে প্ৰতিষ্ঠা লভিবলৈ সক্ষম হৈছে৷আজি ভাণ্ডাৰ কায়স্থই হাজো সমষ্টিৰ পশ্চিম বড়িগোগ মৌজাৰ দিপলাং গাৱঁৰ অতি দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰী বৰষা কলিতাৰ কাষত থিয় হৈ গামোছাৰে আদৰণি জনোবাৰ লগতে বিভিন্ন সামগ্ৰীৰে সহায়ৰ হাত আগবঢ়াই৷উল্লেখ্য যে অতিপাত দৰিদ্ৰ আৰু পৰিয়ালত পঢ়াৰ পৰিবেশ নথকা বৰষাই এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ত লেটাৰ মাৰ্ক লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে৷তেওঁক সহায় কৰি সমাজকৰ্মী গৰাকীয়ে যথেষ্ট আনন্দ লাভ কৰা বুলি সদৰি কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોકેટ કોપ એપ્લિકેશન નાં માધ્યમ થી વાહન ચોરી નાં ગુનાનો ભેદ ઉકેલી કાઢયો દાહોદ એ ડિવિઝન પોલીસ....
પોકેટ કોપ એપ્લીકેશનના માધ્યમથી વાહન ચોરીના ગુનાનો ભેદ ઉકેલી કાઢી બુલેટ મોટર સાયકલ કિ.રૂ.૯૦,૦૦૦/-...
ગ્રાહકો સાથે છેતરપીંડી કરનાર ને પોલીસ એ ઝડપી પાડ્યો
ગ્રાહકો સાથે છેતરપીંડી કરનાર ને પોલીસ એ ઝડપી પાડ્યો
નાસ્તામાં બનાવો સ્વાદિષ્ટ બટેટાનું ઉત્તાપમ, જાણો રેસિપી
બટેટાનું ઉત્તાપમ એક સ્વાદિષ્ટ ફૂડ રેસીપી છે જે નાસ્તા તરીકે ખૂબ જ પસંદ કરવામાં આવે છે. ડોસા,...
લમ્પી જેવા વાઇરસથી કેટલા ઘેટાંના મોત?
#buletinindia #gujarat #news
त्रिरत्न बौद्ध महासंघाच्या वतीने धम्मशिबिर संपन्न
रत्नागिरी : त्रिरत्न बौद्ध महासंघ केंद्राच्या वतीने पटवर्धन हायस्कूल येथे दिनांक 22/10/22 ते...