🔴নকল সোনৰ সাম্ৰাজ্যত আৰক্ষীৰ অভিযান

🔴ডবকাৰ নামডবকা পথাৰ ত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে যীশুখ্ৰীষ্টৰ মূৰ্তী আকৃতিৰ নকল সোন

🔴গ্ৰেপ্তাৰ তিনি নকল সোনৰ ব্যৱসায়ী।

#thevoiceofchariduar #NewsUpdate #LatestNews #AssamPolice #newstoday #fakegold #Crime