# এশ শতাংশ উত্তীৰ্ণৰে উজলিল বৰবাৰী শংকৰদেৱ শিশু নিকেতন #

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঢকুৱাখনা মহকুমাৰ কেইবাখনো বিদ্যালয়ৰ লগতে নতুনকৈ গঢ় লৈ উঠা বৰবাৰী শংকৰদেৱ শিশু নিকেতনও এইবাৰ এশ শতাংশ উত্তীৰ্ণৰ ফলাফলত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী৷এইবছৰ বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ মুঠ ৬ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১এজন ষ্টাৰ,৫ গৰাকীয়ে বিভিন্ন বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে৷গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহৰ এনে ফলাফলত উৎফুল্লিত হৈ পৰিছে বৃহত্তম অঞ্চলৰ ৰাইজে৷