ডিব্ৰুগড় জিলাৰ মৰাণ বিধান সভা সমষ্টিৰ অন্তৰ্গত তিলৈ নগৰ গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ১৬০ নং বুথত আজি মহিলা মৰ্চাৰ বুথ বাহিনী গঠন কৰা হয় ।ভাৰতীয় জনতা পাৰ্টিৰ খোৱাং মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী পিংকি চলিহা শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত ১৬০ নং বুথৰ ভাৰতীয় জনতা পাৰ্টি আৰু মহিলা মৰ্চাৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।
বিজেপি খোৱাং মহিলা মৰ্চাৰ সভানেত্ৰীৰ উপস্থিতিত তিলৈ নগৰ গাঁও পঞ্চায়তৰ ১৬০নং বুথত মহিলা মৰ্চাৰ বুথ বাহিনী গঠন।
