শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে আজি অসম ৰাজ্যিক।পৰিবহণ নিগমৰ আস্থানৰ লগতে কাৰ্য্যালয় আকস্মিক ভাৱে পৰিদৰ্শন কৰে। মুলতে বিভাগটোৰ কামকাজ পৰিদৰ্শন কৰিবলৈ আৰু বিষয়া কৰ্মচাৰী সকলৰ সৈতে আলোচনা কৰাৰ উপৰিও বিভাগটোৰ উন্নতিৰ কাৰণে বিভিন্ন নীতি আৰু সিদ্ধান্তৰ পৰামৰ্শ দিবলৈ কাৰ্য্যালয়ত ।পৰিদৰ্শন কৰে বুলি জানিবলৈ দিয়ে।
শিৱসাগৰ জিলাৰ উপায়ুক্তই আকস্মিক ভাৱে পৰিদৰ্শণ কৰে শিৱসাগৰ নগৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান।
