সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শক্তিশালী আঞ্চলিক ডিমৌ আঞ্চলিক সমিতিৰ অন্তৰ্গত ডিমৌ নগৰ শাখাৰ সমিতিখন আজি ডিমৌ বহুমুখী ভৱনত।গঠন কৰা হয়। ডিমৌ আঞ্চলিকৰ সম্পাদক ৰিতুৰাজ দিহিঙীয়া ই উদ্দেশ্য বাখ্যা কৰা সভাখনৰ সভাপতিত্ব কৰে ডিমৌ আঞ্চলিকৰ ভাৰপ্ৰাপ্ত সভাপতি জয়ন্ত গগৈয়ে। সভাত।শিৱসাগৰ জিলাৰ আটাছুৰ উপসভাপতি নিপনবৰুৱা ,শিৱসাগৰ মহকুমাৰ।আটাছু ৰ সম্পাদক সুমিত খুমাৰ সন্দিকৈ বিশেষ।ভাৱে উপস্থিত থাকি সংগঠনৰ নীতি আদৰ্শ ৰ বিষয়ে বক্তব্য আগবঢ়ায়।সভাই।মৌচম বৰগোঁহাইক সভাপতি আৰিয়ান কোঁৱৰক কাৰ্যকৰী সভাপতি বাস্তৱবৰা আকাশ কোঁৱৰকযুটীয়া ম্পাদক।হিচাবে লৈ ষোল্লজনীয়া আটাছু ডিমৌ নগৰ শাখাসমিতি।গঠন কৰাহয়।
ডিমৌত আটাছুৰ শিৱসাগৰ জিলাৰ উপ-সভাপতি আৰু শিৱসাগৰ মহকুমাৰসম্পাদকৰ উপস্থিতিত আটাছুৰ ডিমৌ নগৰ সমিতি গঠন।।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/05/nerity_2a0fa3f08aef3a9732bf8335342dcc47.jpg)